--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আগন্তুক পাঁচ দিনত উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) মঙলবাৰে এই ভবিষ্যতবাণী কৰে৷ আইএমডিয়ে কয় যে বংগোপসাগৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ নিম্ন ট্ৰপ'স্ফিয়াৰ স্তৰত শক্তিশালী দক্ষিণ পশ্চিমীয়া বতাহৰ প্ৰভাৱৰ বাবে, পৰৱৰ্তী পাঁচ দিনত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিচ্ছিন্ন ভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ মতে, নাগালেণ্ডত, মন, লংলেং, টুয়েনচাং, কোহিমা আৰু পেৰেন জিলাত ৭ আৰু ৮ জুনত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, নাগালেণ্ডৰ জিলা মকোকচুং, কিফিৰে, ফেক, ডিমাপুৰ, জুনহেবোটো আৰু ৱোখা জিলাতো একেদিনাই বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৯ আৰু ১০ জুনত ডিমাপুৰ, ৱোখা, মোকোকচুং, জুনহেবোটো, কিফিৰে আৰু ফেকত যথেষ্ট ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে মন, লংলেং, টুয়েনচাং, কোহিমা আৰু পেৰেন জিলাত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ