--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইংলেণ্ডৰ মাটিত আসন্ন ৫খনীয়া টেস্ট শৃংখলাৰ বাবে শুভমন গীলৰ নেতৃত্বত ভাৰতীয় দলটো শনিবাৰে ঘোষণা কৰে বিচি চি আয়ে।

 ইংলিছ বাহিনীৰ বিৰুদ্ধে আগন্তুক শৃংখলাত যশস্বী জয়ছোৱালৰ সৈতে অপৈনিঙত নামিব লোকেশ ৰাহুল। ক্রিকেট সংক্রান্তীয় এটা ৱেবছাইটৰ খবৰ অনুসৰি লোকেশ ৰাহুলক ইতিমধ্যেই গম্ভীৰে জনাই দিছে যে তেওঁ ইংলেণ্ডৰ মাটিত অ'পেনিঙত নামিব লাগিব। 

লোকেশে অ'পেনিঙত নমাৰ অৰ্থ হ'ব শুভমন গীলে ৪ নম্বৰত বেট ধৰিব। দলৰ সহঃ অধিনায়ক হ'ল ঋষভ পন্ট। ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ কেউখন খেলত খেলিব নোৱাৰিব বেগী বলাৰ যশপ্রীত বুমৰাহে। 

নির্বাচন কমিটীৰ অধ্যক্ষ অজিত আগৰকাৰে কয় যে বুমৰাহে তিনি-চাৰিখন টেষ্টত খেলিব পাৰে। বেগী বলাৰগৰাকীয়ে যিকেইখন টেষ্টত খেলিব, তেৱেঁই হ'ব দলৰ সম্পদ। উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ