--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জলচুক্তি স্থগিতকৰণৰ সিদ্ধান্তই পাকিস্তানৰ জনসাধাৰণক আতংকিত কৰি তুলিছে। পেহেলগামৰ সন্ত্রাসবাদীৰ নাৰকীয় আক্রমণটো চুবুৰীয়া দেশ পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা বুলি ভাৰতে অভিযোগ কৰি পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ আৰম্ভ কৰে। 

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে লোৱা কূটনৈতিক ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হৈছে ১৯৬০ চনত দুয়ো দেশৰ মাজত স্বাক্ষৰিত হোৱা সিন্ধু জল চুক্তি (আই ডব্লিউ টি) স্থগিত কৰাটো। সীমাৰ সিপাৰৰ পৰা ভাৰতত পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ চলোৱাৰ অভিযোগ তুলি ভাৰতে ইতিমধ্যে জল চুক্তিখন স্থগিত কৰাৰ বিষয়ে পাকিস্তানলৈ আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে। 

উল্লেখযোগ্য যে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতে পূৱৰ নদীসমূহ ইৰাৱতী, শতদ্রু আৰু বিপাশা নদীৰ ওপৰত নিয়ন্ত্রণ লাভ কৰিছিল। আনহাতে, ভাৰতীয় অঞ্চল জম্মু আৰু কাশ্মীৰত উৎপত্তি হোৱা পশ্চিমৰ নদীসমূহ- সিন্ধু, ঝীলম আৰু চেনাবত পাকিস্তানৰ নিয়ন্ত্রণ থাকিব বুলি জল চুক্তিখনত উল্লেখ আছিল। গতিকে, এতিয়া সিন্ধু জল চুক্তি বাতিলৰ পাছত সিন্ধু নদীৰ ওপৰত পাকিস্তানে নিয়ন্ত্ৰণ হেৰুৱালে দেশখন বেয়াকৈ প্রভাবিত হ'ব। ইয়াকে লৈ পাকিস্তানৰ ৰাজনৈতিক নেতাসকলৰ লগতে সাধাৰণ জনতাৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ