--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পৰিয়ালতান্ত্ৰিক ৰাজনীতিক গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই শত্ৰুক সমুলঞ্চে মূলোচ্ছেদ কৰিব লাগিব।

আৰু পঢ়িব পাৰিব : ভোগালীৰ বতৰত মৰণশয্যাত এজন যুৱক, সাহায্য প্ৰাৰ্থনা পৰিয়ালৰ

তেওঁ কয়, ‘পৰিয়ালতান্ত্ৰিক ৰাজনীতি এক প্ৰত্যাহ্বান আৰু ইয়াৰ মূলোচ্ছেদ কৰিব লাগিব। এসময়ত বহু লোকে নিজৰ উপাধি ব্যৱহাৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছিল আৰু শাসনলৈ আহিছিল। এতিয়াও কিন্তু এই ব্যাধি সম্পূৰ্ণৰূপে ধ্বংস হোৱা নাই।’

আৰু পঢ়িব পাৰিব : আঘাত অতি গুৰুতৰ, দুৰ্ঘটনাগ্ৰস্ত শ্ৰীপদ নাইকৰ স্বাস্থ্য এতিয়া সুস্থিৰ

দেশৰ যুৱ প্ৰজন্মক ভৱিষ্যতে দেশৰ নেতৃত্ব দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাজনীতি দেশলৈ পৰিৱৰ্তন অনাৰ এক শক্তিশালী মাধ্যম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement