--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা চৰম উত্তেজনা আলাপ-আলোচনাৰ মাজেৰে সমাধান হোৱাটো বিচাৰিছে বাংলাদেশে। প্রয়োজন সাপেক্ষে দুয়োখন দেশৰে বন্ধুত্বপূর্ণ সম্বন্ধ থকা বাংলাদেশে মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈও প্রস্তুত বুলি দেশখনে প্রকাশ কৰিছে। 

দেওবাৰে ঢাকাৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সাংবাদিকক এই বিষয়ত দেশখনৰ বিদেশ উপদেষ্টা মঃ তৌহিদ হোছেইনে অৱগত কৰে। বিদেশ উপদেষ্টাজনে কয় যে বাংলাদেশৰ স্থিতি স্পষ্ট, দক্ষিণ এছিয়াত দেশখনে শান্তি বিচাৰে। 

ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছে যদিও এতিয়া এই বৃহৎ সংঘাতে দেশ দুখনৰ সাধাৰণ জনতালৈ বিপদ মাতি আনিব বুলি তৌহিদ হোছেইনে মন্তব্য কৰে। গতিকে আলাপ-আলোচনাৰ মাজেৰে দুয়োখন দেশৰ আগ্রহ প্রকাশ কৰিছে। সমস্যা সমাধান হ'ব লাগে বুলি তেওঁ কয়। 

উল্লেখযোগ্য যে ইৰান আৰু ছৌডি আৰবে ইতিমধ্যে পাক-ভাৰতৰ মধ্যস্থতাকাৰী হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ