--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানলৈ পুঁজি যোগানৰ সন্দৰ্ভত বাধা দিবলৈ ভাৰতে বিশ্ব বেংক আৰু সন্ত্রাসবাদীলৈ পুঁজি যোগানৰ দৃষ্টি ৰখা সংস্থা এফ এ টি এফৰ সহায় বিচাৰিব।

 ঋণ লক্ষ্যতে ভৰসা কৰা পাক অর্থনীতিক বিধ্বস্ত কৰিবলৈ ভাৰতে পৰিকল্পনা কৰিছে। সূত্ৰসমূহে প্রকাশ কৰিছে যে জুন মাহত পাকিস্তানলৈ ২০ বিলিয়ন ডলাৰ প্ৰদানৰ সম্ভাব্য অনুমোদনৰ ক্ষেত্ৰত বিশ্ব বেংকক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ভাৰতে আহ্বান জনাব। ভাৰতে লগতে এফ টি এফক পাকিস্তানক পুনৰ 'গ্রে লিষ্ট'ত অন্তর্ভুক্ত কৰিবলৈ অনুৰোধ জনাব, যাৰ ফলত পাকিস্তানৰ বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হ'ব আৰু বিদেশী বিনিয়োগো নিয়ন্ত্রিত হ'ব। 

পাকিস্তানক ২০১৮ চনৰ জুন মাহত 'গ্রে লিষ্ট'ত অন্তর্ভুক্ত কৰা হৈছিল যদিও পাক চৰকাৰে সন্ত্রাসবাদীলৈ পুঁজি যোগান বন্ধ কৰিব বুলি প্রতিশ্রুতি দিয়াত ২০২২ চনৰ অক্টোবৰত দেশখনক এই তালিকাৰ পৰা বাদ দিয়া হৈছিল। অলপতে পাকিস্তানে আই এম এফৰ পৰা লাভ কৰা প্রায় ৮,৫০০ কোটি টকাৰ সাহায্য সন্দৰ্ভত ভাৰতে আপত্তি দর্শাইছিল। 

আই এম এফৰ পৰিসংখ্যাৰ উদ্ধৃতিৰে ভাৰতে সদৰী কৰে যে পাকিস্তানত চলি থকা ২৮ সহযোগিতা কাৰ্যসূচীৰ পুঁজি অস্ত্র-শস্ত্র ক্রয় কৰাৰ বাবে কৰিবলৈ নহয়। অৱশ্যে, পাকিস্তানলৈ পৰৱৰ্তী ব্যৱহাৰ হয়, বিত্তীয় অৱস্থা উন্নত সময়ত পুঁজি যোগানৰ ক্ষেত্রত আই এম এফে ১১টা নতুন চৰ্ত আৰোপ কৰাৰ কথা ঘোষণা কৰাত ভাৰতে আদৰণি জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ