--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ কেইবাখনো ৰাজ্যত কভিড-১৯ৰ সংক্রমণ বৃদ্ধি পাইছে। দক্ষিণৰ ৰাজ্যসমূহ কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ লগতে দিল্লীতো কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া দিনসমূহত গুজৰাট আৰু মহাৰাষ্ট্ৰতো কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে। 

বহুকেইখন ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যসমূহত হস্পিটেলৰ বিছনা, অক্সিজেন আৰু ভেকচিন আদি সাজু ৰাখিছে। পৰিস্থিতি অৱনতি হ'লে যিকোনো বিষয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্যসমূহ। 

১৯ মে' পর্যন্ত ভাৰতত কভিড-১৯ত আক্রান্ত ২৫৭জন ৰোগীক চিনাক্ত কৰা হৈছে। স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, বহুতো ৰোগীৰ লক্ষণ গুৰুতৰ নহয় আৰু তেওঁলোকক হস্পিটেলত ভর্তি কৰোৱাৰ প্রয়োজন হোৱা নাই। অৱশ্যে শেহতীয়া দিনবোৰত কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত কভিড ৰোগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। 

কেৰালাত ৬৯জন, মহাৰাষ্ট্ৰত ৪৪জন, তামিলনাডুত ৩৪জন, কর্ণাটকত ৮জন, গুজৰাটত ৬জন আৰু দিল্লীত ৩জন কভিড ৰোগীক চিনাক্ত কৰা হৈছে ১৯ মে' তাৰিখলৈকে। ইফালে, কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য চালিলা শ্রীবাস্তৱে শনিবাৰে কভিড ৰোগী বৃদ্ধি হোৱা ৰাজ্যসমূহৰ পৰিস্থিতিৰ বিষয়ত পর্যালোচনা কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement