--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশদ্ৰোহীসকলৰ  বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। দেশৰ ভিন্ন কোণৰ পৰা গ্ৰেপ্তাৰ হৈছে বহুকেইজন। অসমতে এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে ৭১ জন দেশদ্ৰোহী। দেশদ্ৰোহীসকলক ৰেহাই দিয়া নহ'ব বুলি বাৰে বাৰে সকিয়াই থকা হৈছে। ইয়াৰ পাছতো ভাৰততে থাকি ভাৰতৰে হাৱা-পানী খাই পাকিস্তানক সমৰ্থন কৰা লোক ওলায়েই আছে। 

এইবাৰ পাকিস্তানক সমৰ্থন কৰি নিলম্বিত হ'ল এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। পাকিস্তানী সেনাৰ সপক্ষে পোষ্ট কৰিছিল শ্বাহনাজ পাৰবীন নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে। শিক্ষয়িত্ৰী শ্বাহনাজ পাৰবীনে কৰা এই পোষ্ট ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈছিল। পাকিস্তানৰ পক্ষ লৈ মন্তব্য কৰিছিল  শ্বাহনাজ পাৰবীনে। এই বিষয় পোহৰলৈ অহাৰ পাছতেই জিলা শিক্ষা বিভাগে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি শিক্ষয়িত্ৰীগৰাকীক নিলম্বন কৰে।

এই ঘটনা মধ্যপ্ৰদেশৰ। জিলা শিক্ষা বিষয়া সঞ্জয় সিং টোমাৰে শ্বাহনাজ পাৰবীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শিক্ষা বিভাগে জনোৱা মতে, শ্বাহনাজ পাৰবীনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা উলংঘা কৰিছিল আৰু ইয়াক অসৎ আচৰণ বুলি বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ