--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেছৰ সমস্যাই মানুহক বৰ আহুকালত পেলায়। ইয়াত আমি আপোনাক কিছুমান ঘৰুৱা প্ৰতিকাৰৰ কথা ক’ম যিবোৰ আপোনাৰ বাবে অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। অৱশ্যে ইয়াৰ বাবে আপুনিও আপোনাৰ খাদ্যাভ্যাসৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব।

১- নহৰুঃ যদি আপুনি সঘনাই পেটত বদহজম বা গেছ গঠনৰ সমস্যাৰ সন্মুখীন হয়, তেন্তে খালী পেটত এটা বা দুটা নহৰুৰ ফোট খাব পাৰে। গেছ আৰু বদহজম প্ৰতিৰোধত নহৰু অতি ফলপ্ৰসূ। ইয়াৰ বাবে খালী পেটত নহৰু চোবাই খাব লাগে; ইচ্ছা কৰিলে পিছত পানীও খাব পাৰে। যদি আপুনি গেছৰ পৰা মুক্তি পাব বিচাৰে তেন্তে এসপ্তাহৰ পৰা ১০ দিনলৈকে এই কাম কৰিব পাৰে।

২- আজৱাইন, চফ আৰু আদাৰ চাহ- আজৱাইন, চফ আৰু আদাৰ চাহ খালে আৰাম পাব। এই তিনিটা বস্তুৱে হজম শক্তি বৃদ্ধি কৰে আৰু আপোনাৰ আন্ত্ৰিক স্বাস্থ্য উন্নত কৰে। সেয়েহে ইহঁতৰ সেৱনেও আপোনাৰ হজম শক্তিৰ বাবে অতি উত্তম। 

৩- দৈ- দৈয়েও গেছ আৰু পেট ফুলাৰ পৰা সকাহ দিয়াত সহায় কৰে। দৈয়ে পেট শীতল কৰি ৰাখে আৰু বদহজমৰ পৰা সকাহ দিয়ে। এইবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি সমস্যাৰ পৰা হাত সাৰিব পাৰি।

৪-আপেল ভিনেগাৰ- পেটৰ সমস্যাৰ বাবেও আপেল চাইডাৰ ভিনেগাৰ অতি উপকাৰী। এগিলাচ পানীত এচামুচ আপেল চাইডাৰ ভিনেগাৰ মিহলাই খালেও গেছৰ পৰা সকাহ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ