--°C
Loading...
Listen to Article
2 min read
80%
ডি্‌জিটেল ডেস্ক : বিজেপিৰ ‌নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই জ্বলোৱা জুই নুনুমুওৱাৰ উপক্ৰম ঘ‌টিছে। ভাৰতক ব্যাপক অস্ব‌স্তিৰ সন্মুখীন কৰোঁৱা নূপুৰ শৰ্মাক নিলম্বতি কৰি বিজেপিয়ে পৰিস্থিতি‌ চম্ভালিবলৈ চেষ্টা কৰিছে যদিীও ই সহজে শাম কাটিব যেন লগা নাই। নূপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে কানপুৰত সাম্প্ৰদায়িহক সংঘৰ্ষৰ সূ্ত্ৰপাত ঘটিছিল। তাৰ পাছতে প্ৰফেট মহম্মদ সম্পৰ্কত নূপুৰ শৰ্মাই কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠি‌ছে আৰৱ বিশ্ব। প্ৰফেট মহম্মদ সম্পৰ্কত অতি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে কাটাৰ, কুৱেইট,  ইউএই, পাকিস্তান, মালদ্বীপ, ইণ্ডোনেছিয়া আদিকে ধৰি কমেও ১৫খন ইছলামধৰ্মী দেশৰ ৰোষৰ বলি হৈছে ভাৰত। এনে পৰিস্থিতিত বিজেপিকয়ে তেওঁলোকৰ মুখপাত্ৰসকলক লেকাম লগোৱাৰো ব্যৱস্থা গ্ৰহণ ক‌ৰিছে। কিন্তু এইবাৰ এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰত।

এই প্ৰত্যাহ্বান আহিছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী আল কায়দাৰ পৰা। আল কায়দাই প্ৰফেট মহম্মদক অপমান কৰা কাৰ্যৰ পোটক তোলাৰ হুংকাৰ দিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে হুংকাৰ দিছে যে, দেশৰ কেইবাখনো ৰাজ্য তথা মহানগৰত আত্মঘাতী আক্ৰমণ চলাব সন্ত্ৰাসবাদী সংগঠনটোৱে। দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, গুজৰাটত আত্মঘাতী আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। ‘প্ৰফেট মহম্মদৰ সন্মান ৰক্ষাৰ যুঁজ’ত এতিঠয়া সন্ত্ৰাসবাদী সংগঠনটো চামিল হ’ব বুলি  হুংকাৰ দিয়াৰ পাছত দেশত চাঞ্চল্যৰ সৃষ্টিি হৈছে। সন্ত্ৰাসবাদী সংগঠনটোৱে ভাবুকিৰ দিছে যে, ‘যিসকলে আমাৰ প্ৰফেট মহম্মদক অপমান কৰিছে তেওঁলোকক আমিঠ হত্যা কৰিম। আমাৰ নিজৰ শৰীৰ আমাৰ সন্তানৰ শৰীৰ সৈতে তেওঁলোককো আমিত উৰুৱাই দিম যিসকলে প্ৰফেট মহম্মদক অপমান কৰাৰ দুঃসাহস কৰিছে। গেৰুৱা সন্ত্ৰাসবাদীসকলে এতিৰয়া তেওঁলোকৰ শেষ পৰিণতৰি বাবে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, গুজৰাটত অপেক্ষা কৰক। এখন পত্ৰযোগে এই ভাবুকিক দিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। এই হুংকাৰৰ পাছতে দেশত এতিে ৈয়া উদ্বেগৰ পৰিস্থিিতৰি সৃষ্টিা হৈছে।

উল্লেখ্য যে, নূপুৰ শৰমাৰ মন্তব্যই শলঠেকত পেলোৱা বিজেপিগয়ে এতিৰয়া তেওঁলোকৰ মুখপাত্ৰসকলৰ বাবে লক্ষ্মণৰেখা আঁকিম দিবলৈ বাধ্য হৈ পৰিছে। তেওঁলোকৰ মুখপাত্ৰসকলক লেকাম লগাই নতুন নীতিআ-নিৰয়ম নিৰ্ধাৰণ কৰিছে বিজেপিাৰয়ে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়া কেৱল আনুষ্ঠানিক মুখপাত্ৰ আৰু পেনেলিষ্টসকলকহে এতিয়া টিভি বিতৰ্কৰ অংশ লোৱাৰ অনুমতি দিয়া হ’ব। মিডিয়া কোষক এতিয়া টিভি বিতৰ্কৰ বাবে মুখপাত্ৰ নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছে। তদুপৰি যিসকল মুখপাত্ৰই টিভিৰ বিতৰ্কৰ অংশগ্ৰহণ কৰিব তেওঁলোকক কোনো ধৰ্মীয় বিষয়ত মন্তব্য নকৰিবলৈ চৰ্ত বান্ধি  দিকয়া হৈছে।
তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে, ‘সংযত ভাষা ব্যৱহাৰ কৰিব। কোনো কথাতে উত্তেজিত আৰু নিয়ন্ত্ৰণহীন ৰূপ ধাৰণ নকৰিব। কোনো কাৰণতে দলৰ নীতি আৰু আদৰ্শক উলংঘা নকৰিব।’ কোনোবাই উচতনি দিলেও যাতে সেয়া কৰা নহয় তাৰ বাবেও সকীয়াই দিয়া হৈছে। নতুন নিয়ম অনুসৰি মুখপাত্ৰসকল দলৰ লক্ষ্য-উদ্দেশ্যৰ পৰা বিচলিত হ’ব নোৱাৰিব আৰু কাৰো জালত যাতে ভৰি দিবলগীয়া নহয় তাৰ বাবে অত্যন্ত সতৰ্ক হৈ থাকিব লাগিব। তেওঁলোকে দৰিদ্ৰজনৰ বাবে কৰা কামবোৰৰ বিষয়ে প্ৰচাৰ কৰিবলৈহে শ্ব’বোৰত সাজু থাকিব লাগিব বুলি ও নিগয়ম বান্ধিে দিবয়া হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ