--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ তাৰকা জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদ কলম্বিয়াৰ বিশ্ববিখ্যাত সংগীতজ্ঞ ছাকিৰাৰ। জনসংযোগ সংস্থাৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছে তাৰকা দম্পতীয়ে

এক বিবৃতিযোগে তেওঁলোকে কয় যে, ‘অতি দুখেৰে জনাব বিচাৰিছো যে, আমি এতিয়াৰে পৰা পৃথক হৈ পৰিলো। আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো 'ল আমাৰ সন্তানৰ গোপনীয়তাক সন্মান কৰা।

স্মৰ্তব্য যে, ২০১১ চনৰ পৰা ৪৫ বছৰীয়া ছাকিৰাৰ সৈতে একেলগে আছে ৩৫ বছৰীয়া পি কে। এই যুটিৰ মিলন আৰু ছাছা নামৰ দুজন পুত্ৰসন্তান আছে। ২০১০ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ কিছু সময়ৰ পূৰ্বে মুখামুখি হৈছিল দুয়ো। 


শেহতীয়াকৈ, জেৰাৰ্ড পিকেৰ এগৰাকী মহিলাৰ সৈতে থকা গোপন সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছতে ছাকিৰাই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গৈছে। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত শাকিৰাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল জনপ্ৰিয় গীত ৱাকা ৱাকা-দিছ টাইম ফৰ আফ্ৰিকা।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ