--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রায় এবছৰৰ পাছত দুয়োখন দেশৰ শীর্ষ নেতাদ্বয়ে আলোচনাত মিলিত হ'ব।

ডিজিটেল ডেস্কঃ চীনৰ টিনজিয়ান প্রদেশত অনুষ্ঠিত হ'বলগীয়া ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ') শীর্ষ সন্মিলনৰ মাজতে অহা ৩১ আগষ্টত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব।


উল্লেখযোগ্য যে প্রায় এবছৰৰ পাছত দুয়োখন দেশৰ শীর্ষ নেতাদ্বয়ে আলোচনাত মিলিত হ'ব। যোৱা বৰ্ষৰ অক্টোবৰত দুয়ো নেতাৰ মাজত হোৱা বৈঠকৰ পাছতেই প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) সমীপত থকা দুয়োখন দেশৰ সামৰিক অচলাৱস্থা দূৰ হৈছিল আৰু দুয়োখন দেশে সীমান্তৰ সমীপৰ পৰা সৈন্য প্রত্যাহাৰ কৰিছিল।


ইয়াৰ পূৰ্বে খবৰ প্রকাশিত হৈছিল যে এছ চি অ'শীর্ষ সম্মিলনৰ বাবে চীনত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে চীনা ৰাষ্ট্ৰপতি জিনপিঙৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু মধ্য এছিয়াৰ নেতাসকলৰ সৈতে আছুতীয়াকৈ বৈঠকত মিলিত হ'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ