--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত কেইমাহমান ধৰি দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত থায়াগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকসকলে সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰশিক্ষণ সামৰিবলৈ বাধ্য হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। দিল্লীৰ মুখ্য সচিব (ৰাজহ) সঞ্জীৱ খিৰৱাৰে তেওঁৰ পোহনীয়া কুকুৰটোক ষ্টেডিয়ামত খোজ কঢ়াবলৈ অনাৰ বাবে স্বাভাৱিক সময়তকৈ পূৰ্বে প্ৰশিক্ষণ সামৰিবলৈ কোৱা হৈছে৷ 

এজন প্ৰশিক্ষকে কয়, ‘আমি আগতে লাইটৰ পোহৰত নিশা ৮-৮.৩০ বজালৈকে প্ৰশিক্ষণ লৈছিলো। কিন্তু এতিয়া, আমাক সন্ধিয়া ৭ বজাৰ ভিতৰত সেই স্থান এৰি যাবলৈ কোৱা হৈছে৷ যাতে বিষয়াজনে তেওঁৰ কুকুৰটো খোজ কঢ়োৱাব পাৰে। যাৰ বাবে আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিন ব্যাহত হৈছে৷' 

১৯৯৪-বেটছৰ আইএএছ বিষয়াগৰাকীক এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অভিযোগটোক ‘সম্পূৰ্ণ অশুদ্ধ’ বুলি কয়। অৱশ্যে তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ কেতিয়াবা পোহনীয়া জন্তুটোক খোজ কাঢ়িবলৈ লৈ যায়৷ কিন্তু ইয়াৰ বাবে খেলুৱৈসকলৰ অনুশীলনৰ ৰুটিনত ব্যাঘাত জন্মোৱাটো অস্বীকাৰ কৰে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ