--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে শুকুৰবাৰে বিচিচিআইয়ে খেলখন এসপ্তাহৰ বাবে পিছুৱাই দিছিল যদিও এতিয়া ১৬ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে বুলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে।

 পূৰ্বে ২৫ মে’ত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন এতিয়া ৩০ মে’ত অনুষ্ঠিত হ’ব।

৩০ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, বিচিচিআইয়ে এতিয়া আইপিএল ৩০ মে’লৈ পৰিকল্পনা কৰিছে।বিচিচিআইয়ে ১৬ মে’ৰ পৰা লীগৰ বাকী থকা মেচসমূহ তিনিটা স্থানত আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।এই ছিজনত মুঠ ১৬টা স্থানত খেল অনুষ্ঠিত হ’ব আৰু এই মেচসমূহ চেন্নাই, বেংগালুৰু আৰু হায়দৰাবাদত অনুষ্ঠিত হ’ব পাৰে। এই ছিজনৰ নতুন সূচী দেওবাৰে নিশাৰ ভিতৰত আই পি এলৰ ফ্ৰেঞ্চাইজিৰ বাবে মুকলি কৰা হ’ব। অৱশ্যে বহু দলৰ বিদেশী খেলুৱৈ ঘৰলৈ উভতি গৈছে আৰু তেওঁলোকক ঘূৰাই অনাটো এক ডাঙৰ প্ৰত্যাহ্বান হ’ব।

বিচিচিআইৰ এক সূত্ৰই ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে কথা পতাত কয় যে আইপিএল এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে, গতিকে এতিয়া ২৫ মে’ৰ পৰিৱৰ্তে ৩০ মে’ত চূড়ান্ত খেল অনুষ্ঠিত হ’ব আৰু বাকী মেচসমূহ সীমিত স্থানতহে আয়োজন কৰা হ’ব। দেওবাৰে নিশাৰ ভিতৰত সকলো দললৈ প্ৰেৰণ কৰা হ’ব সূচী। এই ছিজনত ১২খন লীগ মেচ আৰু ৪খন প্লে অফ মেচ বাকী আছে আৰু এই প্ৰতিযোগিতাখন সম্পূৰ্ণ কৰিবলৈ ২ সপ্তাহ বাকী আছে, গতিকে আৰু ডাবল হেডাৰ মেচ থাকিব পাৰে। আনহাতে, ফ্ৰেঞ্চাইজিটোৱে নিজৰ দলৰ বিদেশী খেলুৱৈসকলক পুনৰ মাতি অনাৰ ব্যৱস্থা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ