--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত কমেডিয়ান ভাৰতী সিং(Bharti Singh)  কিছুদিনৰ পূৰ্বে মাতৃ হৈছিল। তেওঁ এটা পুত্ৰ সন্তান জন্ম দিছিল। ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াই তেওঁলোকৰ পুত্ৰক মৰমেৰে গোলা বুলি মাতে। ভাৰতী সিঙে প্ৰায়ে কয় যে তেওঁ এজনী ছোৱালী বিচাৰে। অৱশ্যে তেওঁলোকৰ প্ৰথম সন্তান পুত্ৰৰূপে আহে। 

ভাৰতীয়ে কৈছিল যে তেওঁ দ্বিতীয়বাৰৰ বাবে মাতৃ হ'ব বিচাৰে। ভাৰতী সিঙে কৈছিল যে তেওঁৰ পুত্ৰ গোলাই এগৰাকী ভগ্নী বিচাৰে। তেওঁ পুত্ৰক এগৰাকী ভগ্নী দিব, কিন্তু অলপ সময় লাগিব। পাপাৰাজ্জিৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰতী সিঙে কৈছিল যে তেওঁ এজনী কন্যা সন্তান বিচাৰে। 

তেওঁ কৈছিল যে তেওঁ দ্বিতীয় সন্তানৰ পৰিকল্পনা কৰি আছে। ভাৰতী সিঙে কয়, "মই এইটোও বিশ্বাস কৰোঁ যে এখন ঘৰত এজনী ছোৱালী থাকিব লাগে। সন্তানৰ মাজত দুবছৰৰ ব্যৱধান থাকিব লাগে। এখন ঘৰত এহাল ককায়েক-ভনীয়েক বা বায়েক-ভায়েক থাকিলে ভাল লাগে আৰু ময়ো সেইটোৱেই বিচাৰো।

ইয়াৰ লগতে ভাৰতীক সোধা হৈছিল যে তেওঁ কেতিয়া পুত্ৰৰ মুখ মানুহক দেখুৱাব?  এই প্ৰশ্নৰ উত্তৰত ভাৰতীয়ে কয়, মই বিচাৰিছিলো যে মই প্ৰথম দিনাই মোৰ পুত্ৰৰ মুখ দেখুৱাম কিন্তু ঘৰত কিছুমান বৃদ্ধ লোক আছে। তেওঁলোকে শিশুটোৰ মুখখন নেদেখুৱাবলৈ কয়। 

 শিশুৰ মুখ ৪০ দিনৰ পিছত দেখুৱাব লাগে বুলি কৈছিল। এতিয়া ৪০ দিন হ'বলৈ গৈ আছে। মই সকলো ফটো লগে লগে শ্বেয়াৰ কৰিম। মানুহে কয় যে নজৰ লাগিব কিন্তু মই বিশ্বাস কৰোঁ যে যিসকলে ভাল পায় তেওঁলোকৰ নজৰ কেতিয়াও নালাগে।  মৰমহে লাভ কৰিব...নজৰ নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ