--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজয়ৰ পাছত কেৱল দল হিচাপেই নহয়, দলৰ অধিনায়ক ৰোহিত শৰ্মাই আইপিএলত ব্যক্তিগতভাবে লজ্জাজনক অভিলেখ গঢ়িছে। চেন্নাইৰ বিৰুদ্ধে শূন্য ৰানতে পেভেলিয়নমুখী হয় হিটমেন ৰোহিত। ইয়াৰ লগে লগে আইপিএলত সৰ্বাধিক বাৰ শূন্য ৰানত আউট হোৱাৰো অভিলেখ গঢ়িছে ৰোহিত শৰ্মাই।

আইপিএলত সৰ্বাধিক ১৪ বাৰ শূন্য ৰানত আউট হৈছে ৰোহিত শৰ্মাই। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল হৰভজন সিং, পাৰ্থিৱ পেটেল, মনদীপ সিং আৰু পীয়ুষ চাওলাৰ নামত। চাৰিওজন বেটছমেনে আইপিএলত ১৩ বাৰ শূন্য ৰানত আউট হৈছিল। চলিত বৰ্ষতো আইপিএলত ৰোহিতৰ বেটত নাই ৰান। প্ৰথম সাতখন খেলত তেওঁ ক্ৰমান্বয়ে ৪১, ১০, ৩, ৩৬, ২৮, ৬ আৰু ০ ৰান সংগ্ৰহ কৰিছে। মুঠ ৰান মাত্ৰ ১১৪। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কজনৰ গঢ় ৰানৰেট ১৬.২৮।

মন কৰিবলগীয়া যে, বাওঁহতীয়া বলাৰসকলৰ সন্মুখত ৰোহিতৰ দুৰ্বলতা আকৌ এবাৰ দেখিবলৈ পোৱা গ’ল ধোনী বাহিনীৰ বিৰুদ্ধে। স্বাভাৱিকতে ৰোহিতৰ ক্ৰমাগত বিফলতাই উদ্বিগ্ন কৰি তুলিছে দলীয় সতীৰ্থক। দলটোৰ পৰাজয়ে এতিয়া আইপিএলৰ প্লে’অফত খেলাৰো যোগ্যতা হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ