--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময় আছিল সৰ্বত্ৰে কেবল এটাই নামে প্ৰতিধ্বনিত হৈছিল। তেওঁ আন কোনো নহয়, সমগ্ৰ বিশ্বতে শচীন তেণ্ডুলকাৰৰ নাম ৰৈ বৈ গৈছিল। ভাৰতীয় ক্ৰিকেটক শচীন তেণ্ডুলকাৰে যিদৰে ঋদ্ধ কৰিছে, তেনেদৰে ক্ৰিকেটেও তেওঁক সমৃদ্ধ কৰি ৰাখিছে। অতুলনীয় প্ৰদৰ্শনৰ বাবে শচীনক আখ্যা দিয়া হৈছে ক্ৰিকেটৰ ভগৱান বুলি। সম্প্ৰতি, শচীন তেণ্ডুলকাৰৰ কোনো বস্তুৰে অভাৱ নাই। বিপুল পৰিমাণৰ সম্পত্তিৰো গৰাকী শচীন। পিছে এতিয়া শচীন আলোচনাৰ প্ৰসংগলৈ আহিছে জীয়ৰী ছাৰাৰ বাবে। পিতৃৰ সমান্তৰালকৈ  এতিয়া চিনাকি নাম হৈ পৰিছে ছাৰা তেণ্ডুলকাৰ। সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ গৈছে শচীন তনয়াৰ খ্যাতি। অলপতে, এটা ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

দৰাচলতে, এই ভিডিঅ'টোত ছাৰাই ক'লা পোছাক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল। কলা পোছাকত বৰ শুৱনি লাগিছিল শচীন তনয়াক। পোছাকৰ উপৰি ছাৰাৰ নতুন মেকআপেৰে দেখনিয়াৰ হৈ পৰিছে ছাৰা তেণ্ডুলকাৰ। 

ছাৰাৰ মন জুৰুৱা হাঁহিটিত যেন আৰু অধিক উজ্জল হৈ পৰিছে ভিডিঅ’টো। সম্প্ৰতি, ছাৰা এই ভিডিঅ’টোত নেটিজেনৰ কমেণ্টৰ বৰষুণ পৰা পৰিলক্ষিত হৈছে। শচীন তনয়াৰ আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে আহিছে  নানা কমপ্লিমেণ্ট। অতিশীঘ্ৰে ছাৰাই বলীউডতো প্ৰৱেশ কৰবি বুলি খবৰ ওলাইছে। এগৰাকী মডেল হিচাপে কাম কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল ছাৰাই। এতিয়া বলীউডত প্ৰৱেশৰ কথাৰ সত্যসত্যতা কিমান সেয়া সময়তহে লক্ষ্যণীয় হ’ব!



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ