--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ ভ্ৰমণ সমাপ্ত কৰিয়েই মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইৰানক আমেৰিকাই এটা পাৰমাণবিক প্রস্তাৱ দাখিল কৰিছে। 

অৱশ্যে, এই বিষয়ত তেওঁ সবিশেষ মুখ খোলা নাই। ৰাষ্ট্ৰপতি ট্রাম্পে শুকুৰবাৰে কয় যে ইৰানৰ সৈতে অতি সোনকালে এখন পাৰমাণৱিক চুক্তি আমেৰিকাই কৰিব।

মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে আমেৰিকাৰ সৈতে এখন পাৰমাণৱিক চুক্তি কৰিবলৈ ইৰান এক প্ৰকাৰ ৰাজি হৈছে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে দেওবাৰে অন্ত পৰা দুয়োখন দেশৰ মাজৰ শেহতীয়া বৈঠকত দীর্ঘস্থায়ী শান্তিৰ বাবে গুৰুত্বপূর্ণ আলোচনা হৈছে।

ইয়াৰ পূৰ্বে ইৰানৰ সৰ্বোচ্চ নেতাৰ এজন উপদেষ্টাই কয় যে যদি আমেৰিকাই দেশখনৰ বিৰুদ্ধে নিষেধাজ্ঞা উঠাই লয়, তেনেহ'লে তেহৰানে ইয়াৰ পাৰমাণবিক কাৰ্যসূচী কিছু শিথিল কৰিব। মধ্য প্রাচ্যৰ ভ্ৰমণৰ সময়ত কাটাৰত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইৰানৰ পাৰমাণবিক কাৰ্যসূচীৰ বিষয়ত শীঘ্রেই আমেৰিকাৰে এখন চুক্তি সম্পাদন কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ