--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে  কয় যে পাকিস্তানৰ এটা প্রতিনিধি দলে শুল্ক চুক্তি কৰিবলৈ অহা সপ্তাহত আমেৰিকা ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতৰ সৈতে শুল্ক চুক্তিত শীঘ্ৰেই স্বাক্ষৰ কৰিব।

ট্রাম্পে লগতে কয় যে ভাৰত আৰু পাকিস্তানে যদি পুনৰ সমুখ সমৰত লিপ্ত হয় তেন্তে দুয়োখন দেশৰ সৈতে আমেৰিকাৰ কোনো বাণিজ্য চুক্তি নহ'ব। ড'নাল্ড ট্রাম্পৰ এই সতর্কবাণী এতিয়া তাৎপর্যপূর্ণ বিবেচিত হৈছে। 

ইছলামাবাদে আমেৰিকাৰ শুল্ক আৰোপৰ পৰা আঁতৰি থকাৰ চেষ্টা চলোৱাৰ পাছতে পাকিস্তানে আমেৰিকালৈ সামগ্ৰী ৰপ্তানিত ২৯% শুল্কৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ভাৰত আৰু আমেৰিকাই জুলাইৰ প্ৰথমভাগৰ ভিতৰতেই এক সীমাবদ্ধ বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। সম্প্রতি, আমেৰিকালৈ সামগ্ৰী ৰপ্তানিত ভাৰতে ২৬% শুল্কৰ সম্মুখীন হয়।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ