--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত তেওঁ ছবি দিয়ে। সাহসী ছবি। পোছাকৰ পৰা উকি মাৰে ভৰ যৌৱনে। উষ্ণতাৰ পাৰাস্তম্ভ অতিক্ৰমি এই ছবিবোৰে অনুৰাগীৰ হৃদয়ত তোলে এক অবুজ শিহৰণ। তাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ বান্ধ ভাঙি বৈ আহে কটাক্ষ ভৰা কমেণ্ট। প্ৰিয়ংকা চোপ্ৰাৰ বাবে এই কথাবোৰ এতিয়া নতুন হৈ থকা নাই। এনেকৈয়ে কৰি ভালপোৱা কামবোৰ। আকৌ এবাৰ তাৰেই যেন প্ৰমাণ পোৱা গৈছে ইনষ্টাগ্ৰামত।

পিগি চপছে তেওঁৰ নতুন শ্ব’ চিটাডেলৰ ছেটৰ পৰা কেইখনমান ছবি পোষ্ট কৰিছে। সাধাৰণ বগা চাৰ্ট, প্ৰসাধনহীন মুখতো মোহনীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তেওঁ পৰিধান কৰা চাৰ্টৰ বুটাম খোলা। সকলো উন্মুক্ত। মূৰৰ ওপৰত ভেজা দি থকা একোঁচা কেকোৰা চুলি। তথাপি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰিয়ংকাৰ গভীৰ বক্ষভাজে। স্পষ্ট স্তনযুগল।

লগে লগে ছ’চিয়েল মিডিয়াত কটাক্ষৰ বন্যা। কোনোবাই লিখিলে, ‘এয়া কি? সকলোখিনি দেখিছোঁৱেই!’কোনোবাই আকৌ ক’লে, ‘ক’লৈ গ’ল আপোনাৰ অন্তৰ্বাস?’ কোনোবাই আকৌ লিখিলে,‘ লুকুৱাই ৰাখা!’

বলীউড অভিনেত্ৰী মানে তেওঁক লৈ আলোচনাৰ অন্ত নাই। ৰূপালী পৰ্দাৰ নায়িকাৰ লাস্যময়ী ৰূপে নিশাৰ টোপনি কাঢ়ে বহুজনৰ। সেই একেই যৌন আবেদনতে যেন ধৰা দিছে প্ৰিয়ংকাই…!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ