--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদিনা স্বাস্থ্যৰ বাবে অতি উপকাৰী। পদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়। টুথপেষ্ট, চুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পদিনা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ কৰা হয়। কিন্তু সকলো লোকৰ বাবে পুদিনা উপকাৰী নহয়।

কোনে কোনে পদিনা ব্যৱহাৰ কৰিব নালাগে জানি লওক

১. যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও পদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।

২. যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতে পদিনাৰ পিল বা পুদিনা নাখাব।

৩. পদিনা অত্যাধিক ব্যৱহাৰে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. পদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।

৫. যদি আপুনি বৃক্কৰ ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

৬. পদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

৭. পদিনা ৭-৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

৮. গৰ্ভধাৰণৰ সময়ত অত্যাধিক পদিনা বা পদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পদিনা পৰিহাৰ কৰিব লাগে।

৯. গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য, 'জিইআৰডি' অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ