--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত বিত্তীয় বৰ্ষত ভাৰতৰ পৰা স্মার্ট ফোন ৰপ্তানিৰ পৰিমাণে ২ লাখ কোটি টকা অতিক্রম কৰি অভিলেখ সৃষ্টি কৰিছে। 

বৈদ্যুতিন আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে এই কথা প্রকাশ কৰি কয় যে বিগত বছৰটোৰ প্রথম দহটা মাহত ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ভিতৰত স্মার্ট ফোনে বৃহত্তম অংশ অধিকাৰ কৰে। 

সামাজিক মাধ্যমত প্রকাশ কৰা এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ তালিকাত ২০১৩-১৪ চনত স্মার্ট ফোন ১৬৭ সংখ্যক স্থানত থকাৰ বিপৰীতে সম্প্রতি এইবিধ সামগ্রী প্রথম স্থানত উপনীত হৈছে। এই খণ্ডটোত বিশেষকৈ মহিলাসকলৰ বাবে কেইবালাখো কর্মসংস্থাপন সৃষ্টি হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ