--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৭ চনত উচ্চতম ন্যায়ালয়ে এটি ৪ বছৰীয়া কন্যা শিশুৰ বলাৎকাৰ আৰু হত্যাত দোষী সাব্যস্ত বসন্ত সম্পট দুপাৰেৰ মৃত্যুদণ্ডক সমর্থন কৰিছিল।

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে কয় যে যদি ন্যায়ালয়ে এই কথাত পতিয়ন যায় যে শীর্ষ ন্যায়ালয়খনে বাধ্যতামূলক কৰা নির্দেশনা নিশ্চিত নকৰাকৈ অভিযুক্তক মৃত্যুদণ্ড বিহা হৈছে, তেন্তে ন্যায়ালয়ে নিজৰেই ৰায় পুনৰ বিবেচনা কৰিব পাৰে।


এটি ৪ বছৰীয়া কন্যা শিশুৰ বলাৎকাৰ আৰু হত্যাত দোষী সাব্যস্ত এজন লোকক দিয়া মৃত্যুদণ্ডৰ ৰায় শেহতীয়াকৈ বাতিল কৰি ন্যায়ালয়ে কয় যে সংবিধানৰ ৩২ অনুচ্ছেদে উচ্চতম ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায় দিয়া গোচৰত শাস্তি ঘোষণাৰ পৰ্যায় পুনৰ মুকলি কৰাৰ ক্ষমতা দিছে।


২০১৭ চনত উচ্চতম ন্যায়ালয়ে এটি ৪ বছৰীয়া কন্যা শিশুৰ বলাৎকাৰ আৰু হত্যাত দোষী সাব্যস্ত বসন্ত সম্পট দুপাৰেৰ মৃত্যুদণ্ডক সমর্থন কৰিছিল।


এতিয়া ন্যায়ালয়ে তেওঁৰ শাস্তিৰ বিষয়ত নতুন শুনানিৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ, সঞ্জয় কেৰল আৰু সন্দীপ মেহতাৰ পীঠে অলপতে এখন ৰীট আৱেদনৰ সন্দর্ভত এই নির্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ