--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথম চাৰিখন মেচৰ বাবে তেওঁক বেঞ্চত বহিবলৈ দিয়া হৈছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন খেলত প্ৰথমটো বলতে উইকেট লাভ কৰে মহম্মদ ছামীয়ে। উইল ইয়ঙক আউট কৰে। সেই উইকেটৰ বাবেই এতিয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লোৱাৰ তালিকাত দ্বিতীয় স্থানত আছে শামী।

অনিল কুম্বলে (৩১) ভাৰতৰ হৈ এই পৰ্যন্ত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰি আছিল। দেওবাৰে ইয়ঙৰ উইকেট দখল কৰাৰ পাছত শামীয়ে ভাৰতৰ প্ৰাক্তন বলাৰ তথা প্ৰশিক্ষকগৰাকীক অতিক্ৰম কৰে। এতিয়া তেওঁৰ ১২খন মেচত ৩৩টা উইকেট আছে। দুগৰাকী পেচাৰ জহীৰ খান আৰু জাভাগল শ্ৰীনাথ যৌথভাৱে এক নম্বৰত আছে। দুয়োৰে ৪৪টাকৈ উইকেট। 

উল্লেখ্য যে আগৰ মেচকেইখনত মহম্মদ শ্বামীয়ে স্থান পোৱা নাছিল। কিন্তু দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচটাকৈ উইকেট দখল কৰি সকলো বঞ্চনা আৰু সকলো অৱহেলাৰ যোগ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ