--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণুৰ আক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যখনত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্কঃ কেৰালাত এটা ভয়ানক গুৰুতৰ ৰোগে ৰাজ্যখনৰ বিভিন্ন অঞ্চল ছানি ধৰিছে। কথিত ভাষাত 'মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণু' (ব্রেইন ইটিং এমিবা), বায়ুত মুকলিকৈ উৰি ফুৰা মাইক্ৰ'অর্গেনিজম 'নেগলেৰিয়া ফ'লেৰী'য়ে কেৰালাৰ বিভিন্ন অঞ্চলত হঠাতে বিপজ্জনক স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে।


চলিত বৰ্ষত এতিয়ালৈকে ৰাজ্যখনত এই এমিবাত আক্রান্ত লোকৰ সংখ্যা ৪২জন হৈছে। ইয়াৰ ভিতৰত কেইবাজনো ৰোগীৰ শোকাৱহভাৱে মৃত্যু হৈছে। আগষ্ট মাহৰ শেষৰ ফালে কোজিকোড়ত এটা তিনিমহীয়া শিশু আৰু এগৰাকী ৫২ বছৰীয়া মহিলাৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হয় আৰু এমাহৰ ভিতৰত মৃতকৰ সংখ্যা তিনিজন হয়।


আনহাতে, এই মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণুৰ আক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যখনত বৃদ্ধি পাইছে।


শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোক এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছে। কেৰালা চৰকাৰে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ