--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এলিট ইণ্টাৰনেশ্যনেল বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে। বিশ্বৰ দশম স্থানৰ মহিলা ডাবলছৰ যুটি তৃষা জলী আক নায়ত্রী গোপীচান্দসহ অবশিষ্ট আন শ্বাটলাৰসকল পৰাজিত হোৱাৰ লগে লগে থাইলেণ্ড অ'পেন ছুপাৰ ৫০০ বেডমিন্টনত আজি ভাৰতৰ অভিযানৰো সমাপ্তি ঘটে। তৃষা আৰু গায়ত্রী ফুটিয়ে দ্বিতীয় ৰাউণ্ডত জাপানাৰ ৰই হিৰকামী আৰু ছায়েকা হবাৰা যুটিৰ হাতত ২০-২২, ১৪-২১ ব্যবধানত পৰাজিত হয়। 

লক্ষ্য সেনে বুধবাৰে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতে বিদায় লোৱাৰ পাছত প্রতিযোগিতাখনত বর্তি থকা অন্তিম এলিট ভাৰতীয় খেলুবৈ হিচাপে আছিল তৃষা-গায়ত্রী। ইফালে, যুৱ ভাৰতীয় খেলুৱৈ হিচাপে উন্নতি হোডা, মালবিকা বানছুড় আৰু আকর্ষী কাশ্যপে প্রতিযোগিতাখনাত প্রভাৱী প্রদর্শন দাঙি ধৰিব নোৱাৰিলে। মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত উচ্চ বেংকৰ খেলুৱৈৰ হাতত কেইবাগৰাকীয়ে পোনপটীয়া ব্যৱধানত পৰাজয় বৰণ কৰে। 

সেই অনুসৰি ১৭ বছৰীয়া উন্নতিয়ে বিশ্বৰ দ্বিতীয় স্থানক তথ্য শীর্ষ বাঙনিৰ পর্নপারী চকৰভৰ হাতত ১৪-২১, ১১-২১ ব্যবধানত হাৰ মানে। আনহাতে, বিশ্বৰ ২৩সংখ্যক স্থানৰ মালবিকাই থাইলেণ্ডৰ ৰচানক ইন্টাননৰ বিৰুদ্ধে পৰাজিত হয় ১২-২১. ১৬-২১ পইন্টত। ইয়াৰ উপৰি, আকর্ষীয়ে থাইলেণ্ডবে ছুপানিডা কেটেথঙৰ হাতত ১-২১, ১৪-২১ ব্যবধানত পৰাজয় স্বীকাৰ কৰে। ইফালে, পুৰুষৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় থাকন মায়ে পালীয়ে এণ্ডাৰ্ছ এল্টনছেনৰ বিৰুদ্ধে ৪২ মিনিটৰ যুঁজত পৰাজিত হয় ১৪-২১, ১৬-২১ পইণ্টত।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ