--°C
Loading...
Listen to Article
2 min read
80%

কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্তত সম্ভেদ লাভ কৰা হৈছে এক গোপন সুৰংগ পথৰ৷ এক অপহৰণকাণ্ডৰ পম খেদি এই সম্ভেদ লাভ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰত-বাংলাদেশ, অসমৰ সীমান্ততো বিভিন্ন চোৰাং কাৰ্য তথা অনৈতিক কাৰ্যকলাপ সঘনে সংঘটিত হৈ আহিছে৷

আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ

কৰিমগঞ্জৰ দলগ্ৰাম এলেকাৰ কাঁইটীয়া তাঁৰৰ তলেৰে এই সুৰংগ পথ আৰক্ষীয়ে ধৰা পেলায়৷ বাংলাদেশৰে এই সুৰংগ পথৰ সৈতে যোগাযোগ প্ৰায় ২০০ মিটাৰৰ বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কবৰ খান্দি পুত্ৰৰ মৃতদেহলৈ অপেক্ষা এগৰাকী দুৰ্ভগীয়া পিতৃৰ…

ইতিমধ্যে আৰক্ষীয়ে এই সুৰংগৰ ওপৰত অভিযান আৰম্ভ কৰিছে৷ সীমান্তৱৰ্তী এলেকাত এই সুৰংগৰেদি বিভিন্ন চোৰাং কাৰ্য সম্পাদিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ