--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিতা কেৰেলা এবিধ পুষ্টিকৰ পাচলি। এই পাচলিবিধ স্বাস্থ্যৰ বহু উপকাৰৰ সৈতে জড়িত। নিয়মিতভাৱে খালে ডায়েবেটিছকে ধৰি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি। অৱশ্যে কিছুমান বস্তুৰ লগত তিতা কেৰেলা কেতিয়াও খাব নালাগে। এইবোৰ বস্তুৰ লগত তিতা কেৰেলা সেৱন কৰিলে ক্ষতি হ’ব পাৰে। 

গাখীৰ- তিতা কেৰেলাত থকা কিছুমান যৌগে গাখীৰত থকা প্ৰটিনৰ লগত বিক্ৰিয়া কৰি পেট বেয়া কৰিব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, ডায়েৰিয়া আৰু পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

আম- তিতা কেৰেলা আৰু আম এচিডিটি, বমি, আদি সমস্যাৰ সৃষ্টি হয়।

মূলা- তিতা কেৰেলা আৰু মূলা দুয়োটাৰে প্ৰভাৱ বেলেগ বেলেগ আৰু একেলগে খালে পেটৰ বিষ হব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, ডায়েৰিয়া, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

ভেন্দিঃ তিতাকেৰেলা আৰু ভেন্দি দুয়োবিধেই হজম হ’বলৈ সময় লাগে আৰু একেলগে খালে পেটৰ বিষ হ’ব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, ডায়েৰিয়া, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

দৈ- তিতা আৰু দৈ দুয়োবিধেই হজম হ’বলৈ সময় লাগে আৰু একেলগে খালে পেটৰ বিষ হ’ব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, ডায়েৰিয়া, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

টেঙাজাতীয় খাদ্যঃ তিতাকেৰেলা খালে টেঙাজাতীয় খাদ্য কেতিয়াও নাখাব। পেটৰ সমস্যাই দেখা দিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ