--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিকিৎসকে কয় এয়া মানসিক ৰোগ, মানসিক বিকাৰ।এই মানসিক ৰোগত আক্ৰান্তসকলে অনুভৱ কৰে যে তেওঁ একো খোৱা নাই। অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই

ডিজিটেল ডেস্কঃ এই বিশ্বত ভিন্ন বিৰল ৰোগ আছে। যি ৰোগৰ চিকিৎসাও কেতিয়াও সম্ভৱপৰ হৈ নুঠে। মধ্যপ্ৰদেশ ৰাজগড়ৰ এগৰাকী মহিলাই ভুগি আছে এক ৰসহ্যময় ৰোগত, যাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়াল। চিকিৎসকো হৈ পৰিছে ব্যৰ্থ।


মঞ্জু নামৰ মহিলাগৰাকীয়ে প্ৰতিদিনে ৬০-৭০ খন ৰুটী খায়, তথাপিও তেওঁ কয়: "মই দুৰ্বল অনুভৱ কৰি আছো, মোৰ পেট ভৰা নাই, ভোক গুচা নাই। "


চিকিৎসকে কয় এয়া মানসিক ৰোগ, মানসিক বিকাৰ।এই মানসিক ৰোগত আক্ৰান্তসকলে অনুভৱ কৰে যে তেওঁ একো খোৱা নাই।


৩ বছৰ ধৰি চিকিৎসা চলি আছে মঞ্জুৰ। চিকিৎসাত ৫-৮লাখ টকা খৰচ কৰাৰ পাছতো কোনো সুফল পোৱা নাই। ইয়াকে লৈ মাক-দেউতাকৰ ঘৰত শান্তি নাই, শহুৰেকৰ ঘৰত শান্তি নাই। এতিয়া চিকিৎসাৰ বাবে টকাও নোহোৱা হৈ আহিছে।


মহিলাগৰাকীয়ে প্ৰতি ঘণ্টাতে ৰুটী বিচাৰে। ৰুটী নাখালে তেওঁ অস্থিৰ অনুভৱ কৰে। এতিয়া চিকিৎসকে ফল-মূল দিবলৈ পৰামৰ্শ দিছে।


এতিয়ালৈকে চৰকাৰী পর্যায়ৰ পৰা কোনো সাহায্য লাভ কৰা নাই ভুক্তভোগী পৰিয়ালটোৱে। পৰিয়ালটোৱে আবেদন জনাইছে- "চৰকাৰে সহায় কৰিলে চিকিৎসা সম্ভৱ হ'ব"।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ