--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ এবিধ ফল। কিন্তু এই ফলৰ ৰস খালে হয় হাজাৰ হাজাৰ সমস্যাৰ সমাধান। কি এই ফল? ইয়াৰ উপকাৰিতা কি কি? জানো আহক।

 * আমলখি বিভিন্ন পুষ্টিকৰ গুণেৰে সমৃদ্ধ। বহুতো ধৰণৰ ভিটামিনৰ উপৰি বহুতো খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট পোৱা যায় আমলখিত। যি শৰীৰৰ বাবে অতি উপকাৰী।

* আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমলখিৰ ৰস খালে কেইসপ্তাহমানৰ ভিতৰতে পাৰ্থক্য পোৱা যায়।

* আমলখিৰ ৰস ছালৰ বাবে অতি উপকাৰী। যিসকলে নিয়মিতভাৱে এই ফলৰ ৰস খায়, ছালৰ সমস্যা দূৰ কৰি ছাল উজ্জ্বল কৰে।

* আনকি ছালত থকা কলা দাগো দূৰ কৰি ছাল সুন্দৰ পৰিষ্কাৰ কৰি তোলে।

* নিয়মিতভাৱে আমলখিৰ ৰস খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। আৰু যিসকলে দৈনিক আমালখিৰ ৰস খায়, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়।

* এই ৰসত প্ৰচুৰ পৰিমাণে আইৰন থাকে। ফলত তেজত হিমোগ্ল’বিনৰ পৰিমাণ বৃদ্ধি কৰে। ৰক্তহীনতাত ভুগি থকাসকলৰ বাবে বিশেষকৈ মহিলাৰ বাবে এই ফলৰ ৰস অতি উপকাৰী।

* নিয়মিতভাৱে আমলখিৰ ৰস সেৱন কৰিলে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে ক’লা আৰু ঘন কৰে। পুৱা নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে চুলি সৰা সমস্যা বহু পৰিমাণে কমি যায়।

* এই ফলৰ ৰস চকুৰ বাবে অতি উপকাৰী। চকুৰ দৃষ্টিশক্তি কম থকা লোকসকলে এই ৰস নিয়মিতভাৱে খালে উপকৃত পাব। তদুপৰি শিশুক এই ফলৰ ৰস খোৱালে চকুৰ সমস্যা বহু পৰিমাণে কমি যাব।

* ওজন হ্ৰাস কৰাটো আমালখিৰ আছে যথেষ্ট অৰিহণা। নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে এমাহত আপোনাৰ ওজন হ্ৰাস কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ