--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ডকাইতি কৰিবলৈ আহিছিল ১০-১২ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল।

ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ ১নং কাঠপাৰাৰ ডকাইতি কৰিবলৈ অহা তিনি ডকাইতৰ ৰাইজৰ গণ প্ৰহাৰত মৃত্যু। 


নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ডকাইতি কৰিবলৈ আহিছিল ১০-১২ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল।


ৰাইজে চাৰিজন ডকাইতক খেদি খেদি আটক কৰি উত্তম মধ্যম সোধায়। 


নিশাই আৰক্ষীয়ে চাৰি ডকাইতক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱায়। 


প্ৰথমে দুজন ডকাইতৰ মৃত্যু হয় কিছু সময় পিছতে আৰু এজন ডকাইতৰ মৃত্যু হয়। 


মৃত্যু হোৱা তিনি ডকাইত ক্ৰমে কদমগুৰীৰ চফিউল্লাহ আৰু ইনামুল হক আৰু ১নং সোনাজুৰীৰ আজিবুৰ ৰহমান ওৰফে(খাইৰুল) বুলি জানিব পৰা গৈছে 


আনফালে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পূব লৰীৰমুখৰ ৰেকিব উদ্দিন নামৰ ডকাইতটো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ