--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভকত চুক গাঁৱৰ ৰাহুল পেগু আৰু অজয় পেগুৰ নেতৃত্বত ৬/৭ জনীয়া যুৱকৰ দলে প্ৰথমে ৰাহুল মিশ্ৰ নামৰ যুৱকজনক হাত ভৰি বান্ধি শৰীৰৰ বিভিন্ন অংশত প্ৰহাৰ কৰাৰ উপৰিও যুৱকজনৰ মটৰ চাইকল ভাঙি দিয়াৰো অভিযোগ উথাপন হৈছে।

ডিজিটেল ডেস্কঃ জোনাইত সোপাধৰাৰ সন্দেহত এজন যুৱকক প্ৰহাৰ। সোপাধৰাৰ সন্দেহত যুৱকজনক উপৰ্যুপৰি প্ৰহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।


জানিব পৰা মতে জোনাই মিলনতীৰ্থ গাঁৱৰ ৰাহুল মিশ্ৰ নামৰ যুৱকজনক বাহিৰ জোনাই ভকত চুকৰ একাংশ যুৱকে সোপাধৰাৰ সন্দেহত তিনি তাৰিখে নিশা প্ৰায় দহ বজাত উপৰ্যুপৰি প্ৰহাৰ কৰে। 


ভকত চুক গাঁৱৰ ৰাহুল পেগু আৰু অজয় পেগুৰ নেতৃত্বত ৬/৭ জনীয়া যুৱকৰ দলে প্ৰথমে ৰাহুল মিশ্ৰ নামৰ যুৱকজনক হাত ভৰি বান্ধি শৰীৰৰ বিভিন্ন অংশত প্ৰহাৰ কৰাৰ উপৰিও যুৱকজনৰ মটৰ চাইকল ভাঙি দিয়াৰো অভিযোগ উথাপন হৈছে। তদুপৰি যুৱকজনৰ মোবাইল পৰ্য্যন্ত কাঢ়ি লোৱাৰো অভিযোগ কৰিছে পৰিয়ালৰ লোকে।  


ইতিমধ্য যুৱকৰ দলৰ প্ৰহাৰত গুৰুৰভাৱে আহত ৰাহুল মিশ্ৰক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত ইতিমধ্য যুৱকজনৰ পিতৃয়ে জোনাই থানত গোচৰ ৰুজু কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ