--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে বাহাদুৰটাৰিৰ জাহান উদ্দিন, ঝগ্ৰাপাৰৰ ৰহিম উদ্দিন, মদৰগোলাৰ হাতেম আলী, মৰ্জুৰ আলী, ঝগ্ৰাৰপাৰৰ হাছেম আলী নুৰুল ইছলাম, ৰফিকুল ইছলাম। আটাইকেইজন অভিযুক্ত ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত।

ডিজিটেল ডেস্ক: ধুবুৰী আৰক্ষীয়ে অবৈধ গো হত্যাৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত সাতজন লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ৯০ কিলোগ্ৰাম গৰুৰ মাংস জব্দ কৰে। গো হত্যাৰ কামত ব্যৱহৃত বিভিন্ন সঁজুলি জব্দ কৰা হৈছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি, গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত মদৰগোলা, ঝগ্ৰাৰপাৰ পাৰ্ট-৪ অঞ্চলত ৰে'ল লাইনৰ পিছফালে অভিযান চলায়। অভিযানকালত অভিযুক্তসকলক অবৈধভাৱে গো হত্যা কৰি থকা অৱস্থাত হাতে-লোটে আটক কৰাৰ লগতে ঘটনাস্থলীৰ পৰা , প্ৰায় ৯০ কিলোগ্ৰাম গৰুৰ মাংস আৰু গো হত্যাত ব্যৱহৃত বিভিন্ন সঁজুলি জব্দ কৰা হয়।


এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে বাহাদুৰটাৰিৰ জাহান উদ্দিন, ঝগ্ৰাপাৰৰ ৰহিম উদ্দিন, মদৰগোলাৰ হাতেম আলী, মৰ্জুৰ আলী, ঝগ্ৰাৰপাৰৰ হাছেম আলী নুৰুল ইছলাম, ৰফিকুল ইছলাম। আটাইকেইজন অভিযুক্ত ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত।


আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই অবৈধ গো হত্যা চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান