--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ আজি ‘জনতা ভৱনত’ত মুখ্য নিৰ্বাচনী বিষয়াই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুকলি কৰা হয় ব’হাগ আৰু ব’হাগী নামৰ দুই শুভংকৰ। ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে শুভংকৰ দুটি মুকলি কৰিছে নিৰ্বাচন আয়োগে। লগতে মুকলি কৰা হৈছে নিৰ্বাচন শীৰ্ষক গীত।

আৰু পঢ়িব পাৰিব : ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ কেইবালাখ ধনসহ সুৰা

ভোটানদানৰ হাৰ বৃদ্ধিৰ বাবে এই ব্যৱস্থা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মূল শ্ল’গান হ’ল- ‘আৱ কি বাৰ ৮৫ শতাংশ পাৰ’। সংবাদমেলত উপস্থিত থাকে ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, সংগীত শিল্পী অনিন্দিতা পল আৰু পেৰা চাইক্লিস্ট ৰাকেশ বণিক। এই চাৰিগৰাকীৰ সহায়ত নিৰ্বাচন আয়োগে চলাব সজাগতা অভিযান।

আৰু পঢ়িব পাৰিব : পুনৰ চৰ্চাত সুশান্ত সিঙৰ আত্মহত্যাৰ ৰহস্য ! ১২হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল…

সজাগতাৰ বাবে গঠন কৰা হৈছে শ্বুইপ (SWEEP) চেল। ট্ৰ’ল ফ্ৰী নম্বৰ ১৯৫০ত ফোন কৰিব পাৰিব ভোটাৰসকলে। সমগ্র অসমতে বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ