--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চি বি আয়ে আজি অনিল আম্বানিৰ বাসভৱন, কার্যালয়কে ধৰি তেওঁৰ সৈতে জড়িত কেইবাটাও স্থানত তালাচী চলায়।

ডিজিটেল ডেস্কঃ চি বি আয়ে শনিবাৰে অনিল আম্বানিৰ ৰিলায়েন্স কমিউনিকেশ্যনছৰ (আৰকম) বিৰুদ্ধে এছ বি আইৰ ২৯২৯ কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে।


উল্লেখযোগ্য যে চি বি আয়ে আজি অনিল আম্বানিৰ বাসভৱন, কার্যালয়কে ধৰি তেওঁৰ সৈতে জড়িত কেইবাটাও স্থানত তালাচী চলায়।


এই জালিয়াতি ভাৰতীয় ষ্টেট বেংকৰ সৈতে জড়িত। ইফালে, অনিল আম্বানিয়ে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে, বেংক জালিয়াতিৰ এই ঘটনাত এছ বি আয়ে তেওঁলোকৰ প্ৰায় ৩০৭৩ কোটি টকা লোকচান হোৱা বুলি অভিযোগ কৰিছে।


ই ডিয়ে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকজনৰ বিৰুদ্ধে প্রায় ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তও কৰি আছে। অভিযোগ অনুসৰি ২০১৭-১৯ৰ সময়ছোৱাত য়েছ বেংকে প্রায় ১৭ হাজাৰ কোটি টকা অবৈধভাৱে ঋণ ৰূপে অনিল আম্বানিৰ অধীনৰ কোম্পানীলৈ হস্তান্তৰ কৰিছিল। চি বি আইৰ গোচৰটোৰো ইয়াৰ সৈতে সম্পর্ক আছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ