--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুহোমাই এই কথা জনায়। এই ৰে'লপথে আইজলক ৰে'লৰ মানচিত্রলৈ আনিব, কাৰণ ছাইৰাং মিজোৰামৰ ৰাজধানীৰ সমীপতে অৱস্থিত।

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্টেম্বৰত মিজোৰামত বাইৰাবি-ছাইৰাং ৰে'লপথৰ শুভ উদ্বোধন কৰিব।


শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুহোমাই এই কথা জনায়। এই ৰে'লপথে আইজলক ৰে'লৰ মানচিত্রলৈ আনিব, কাৰণ ছাইৰাং মিজোৰামৰ ৰাজধানীৰ সমীপতে অৱস্থিত।


প্রধানমন্ত্রী ১২ ছেপ্টেম্বৰত আইজলত উপস্থিত হ'ব আৰু নিশাটো তাতে কটাই পিছদিনা নতুন ৰে'লপথটো উদ্বোধন কৰিব। নতুন ৰে'লপথটোৱে আইজলক ক্ৰমে অসমৰ শিলচৰ আৰু দেশৰ আন অংশৰ সৈতে সংযোগ কৰিব। ৫১.৩৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই ৰেল'পথ প্রকল্প হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অংশ।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ