--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই আক্রমণত হাইফাত ১৬ বছৰীয়া এগৰাকী নাবালককে ধৰি ২৩জন লোক আহত হয় । ইৰানে শুকুৰবাৰৰ সন্ধিয়াৰ আক্ৰমণত ২৫টা মিছাইল নিক্ষেপ কৰে

ডিজিটেল ডেস্ক : ইৰানে শুকুৰবাৰে সন্ধিয়া ইজৰাইলৰ টেল আভিভ, বীৰশ্বেৱা, হাইফাকে ধৰি কেইবাখনো মহানগৰত পুনৰ মিছাইলেৰে আক্ৰমণ কৰে।


সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, এই আক্রমণত হাইফাত ১৬ বছৰীয়া এগৰাকী নাবালককে ধৰি ২৩জন লোক আহত হয়। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মতে, ইৰানে শুকুৰবাৰৰ সন্ধিয়াৰ আক্ৰমণত ২৫টা মিছাইল নিক্ষেপ কৰে। ইফালে ইৰানৰ সেনাই শুকুৰবাৰে কয় যে তেওঁলোকে ইজৰাইলত কৰা এই আক্ৰমণত সামৰিক প্রতিষ্ঠান, সামৰিক উদ্যোগ, কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰক লক্ষ্য কৰি লৈছিল।


শুকুৰবাৰে পুৱা ইৰানে ইজৰাইলৰ বীৰশ্বেৱা মহানগৰত মাইক্ৰ'ছফ্টৰ কাৰ্যালয়ৰ সমীপত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছিল। এই আক্রমণত কেইবাখনো গাড়ীত জুই লগাৰ উপৰি আশে-পাশে থকা ভৱনৰ ক্ষতি হৈছিল। তদুপৰি এই আক্রমণত ৭জন লোক সামান্য পৰিমাণে আহত হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ