--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশ লৈ মোদীয়ে কয় যে নক্সালপীড়িত ৰাজ্যখনলৈ এতিয়া বিকাশৰ ধল আৰু সুখ-সমৃদ্ধি নামি আহিছে।

ডিজিটেল ডেস্ক : ছট্টিশগড় এতিয়া সুস্থিৰতা, সমৃদ্ধি আৰু নিৰাপত্তাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এইদৰে কয়। প্রধানমন্ত্রী মোদীয়ে কয় যে পূর্বে মাওবাদী অধ্যুষিত আৰু পিছপৰা ৰাজ্য হিচাপে পৰিচিত ছট্টিশগড়ে ২৫ বছৰীয়া পৰিক্ৰমাৰ পাছত এখন লেখত ল'বলগীয়া ৰাজ্যত পৰিণত হৈছে। 


ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশ লৈ মোদীয়ে কয় যে নক্সালপীড়িত ৰাজ্যখনলৈ এতিয়া বিকাশৰ ধল আৰু সুখ-সমৃদ্ধি নামি আহিছে। প্রধানমন্ত্রী মোদীয়ে ছট্টিশগড় বিধানসভাৰ নতুন ভৱনো মুকলি কৰে। এই উপলক্ষত তেওঁ কয় যে বিধানসভাৰ পৰা উদ্ভৱ হোৱা প্রতিটো চিন্তাই জনপ্রতিনিধিৰ ৰাজহুৱা সেৱাৰ চিন্তাধাৰাক প্রতিফলিত কৰে। 


আনহাতে, নৱ ৰায়পুৰস্থিত ব্ৰহ্মকুমাৰীৰ এটা শান্তি শিখৰ কেন্দ্ৰ উদ্বোধন কৰি মোদীয়ে কয় যে বিশ্বজনীন যিকোনো সংকটৰ সময়ত ভাৰতেই প্রথমে প্রতিক্রিয়া প্রকাশ কৰে আৰু এই সংকট মোচনৰ বাবে ভাৰত প্ৰথমেই আগবাঢ়ি যায়। ভাৰতে এতিয়া বিশ্বৰ কোনো দেশৰ সংকটৰ সময়ত নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে থিয় দিয়ে বুলি মোদীয়ে কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ