--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তীব্ৰ গতিত খুন্দা মৰাৰ ফলত লগে লগে ALTROZ বাহনখনৰ ইঞ্জিনত দাউদাউকৈ জ্বলি উঠে জুই ।খন্তেকৰ ভিতৰতে সম্পূৰ্ণভাবে জ্বলি ছাৰখাৰ হৈ পৰে বিলাসী বাহনখন।

ডিজিটেল ডেস্ক : ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত দাউদাউকৈ জ্বলি ছাৰখাৰ হ'ল এখন বিলাসী বাহন।


ঘটনাটো যোৱা নিশা প্ৰায় ১১ বজাত ধিং মৈৰাবাৰীগড়কাপ্তানী পথৰ ধিং চাৰিআলিত সংঘটিত হয়। জানিব পৰা মতে, AS 02 AG 6649 নম্বৰযুক্ত TATA ALTROZ বাহনখন পথৰ কাষত ৰখাই থোৱা অৱস্থাত সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS 01 GH 3612 নম্বৰৰ HYUNDAI কোম্পানীৰ এখন তীব্ৰবেগী বাহনে সন্মুখৰ পৰা খুন্দা মাৰে ৰখাই থোৱা বাহন খনত ।


তীব্ৰ গতিত খুন্দা মৰাৰ ফলত লগে লগে ALTROZ বাহনখনৰ ইঞ্জিনত দাউদাউকৈ জ্বলি উঠে জুই ।খন্তেকৰ ভিতৰতে সম্পূৰ্ণভাবে জ্বলি ছাৰখাৰ হৈ পৰে বিলাসী বাহনখন। অৱশেষত ধিং আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হোৱাৰ লগতে দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায় ‌। সৌভাগ্যবশতঃ এই ভয়ংকৰ পথ দুৰ্ঘটনাত কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ