--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দলটোৱে ইয়াৰ বৰ্তমানৰ সাংগাঠনিক স্তৰত ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ নিৰ্বাচন পৰিচালনা কৰিছে

ডিজিটেল ডেস্কঃ কেন্দ্রত শাসনত অধিষ্ঠিত ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) শেহতীয়াকৈ ৯খন ৰাজ্যৰ বাবে নতুন ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিছে। দলটোৱে ইয়াৰ বৰ্তমানৰ সাংগাঠনিক স্তৰত ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ নিৰ্বাচন পৰিচালনা কৰিছে।


ইয়াৰ পাছতে দলটোৱে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। বুধবাৰে দলটোৱে মধ্য প্রদেশৰ নতুন ৰাজ্যিক সভাপতি হিচাপে হেমন্ত কুমাৰ খান্দেলৱালক নিযুক্তি দিয়ে। ইয়াৰ পাছতে দলটোৱে নতুন ৰাষ্ট্ৰীয় সভাপতি নির্বাচনৰ প্ৰক্ৰিয়াৰ কাষ চাপিছে।


আনহাতে, বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গুৰুত্বপূৰ্ণ ৰাজ্যসমূহ- উত্তৰ প্রদেশ, গুজৰাট, কৰ্ণাটক, দিল্লী আৰু হাৰিয়ানাৰ দৰে ৰাজ্যৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচনৰ পাছতহে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আনহাতে, বিজেপিয়ে মহাৰাষ্ট্ৰৰ বাবে ৰবীন্দ্ৰ চৱনক, উত্তৰাখণ্ডৰ বাবে মহেন্দ্ৰ ভাটক, হিমাচল প্ৰদেশৰ বাবে ৰাজীৱ বিণ্ডালক, অন্ধ্র প্রদেশৰ বাবে পি ভি এন মাধৱক, তেলেংগানাৰ বাবে এন ৰামচন্দ্ৰ ৰাওক, মিজোৰামৰ বাবে কে বেইচুৱাক, পুডুচেৰীৰ বাবে ভি পি ৰামালিংগমক, আন্দামান আৰু নিকোবৰৰ বাবে অনিল তিৱাৰীক শেহতীয়াকৈ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ