--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰে উত্তৰদাতাক (ৰেছপণ্ডেণ্ট) তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছিল।

ডিজিটেল ডেস্ক : ইণ্ডিয়া টুডে আৰু চি ভোটাৰে কৰা শেহতীয়া 'মুড অব দ্য নেশ্যন' সমীক্ষাত উজলি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা।


জুলাই-আগষ্টত কৰা এই সমীক্ষা মতে ভাৰতৰ বৃহৎ ৰাজ্যবোৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা হৈছে শ্রেষ্ঠ কর্মদক্ষ (বেষ্ট পাৰফৰমিং) মুখ্যমন্ত্রী।


এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰে উত্তৰদাতাক (ৰেছপণ্ডেণ্ট) তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছিল।


এনে সমীক্ষাত পোৱা গ'ল যে ১০টাতকৈ বেছি লোক সভা সমষ্টি থকা ৰাজ্যবোৰৰ ভিতৰত কৰ্মদক্ষতাৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমীয়া উত্তৰদাতাসকলৰ ভিতৰত ৪৪.৬ শতাংশই ড° শৰ্মাৰ চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্রকাশ কৰে। ইয়াৰ ফলত শৰ্মা হৈ পৰে ভাৰতৰ বৃহৎ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শ্রেষ্ঠ কর্মদক্ষ মুখ্যমন্ত্রী। শৰ্মাৰ পাছতে আছে ছট্টিশগড়ৰ বিষ্ণু দেৱ সাই আৰু ঝাৰখণ্ডৰ হেমন্ত ছোৰেন (৪১.৯ শতাংশ)।


৪০.৭ শতাংশৰে তৃতীয় স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেল। আনহাতে ৪০.৪ শতাংশৰে চতুৰ্থ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ। অৱশ্যে এই তালিকাত অসমৰ মুখ্যমন্ত্রী শর্মা শীর্ষত থাকিলেও ২০২৫ চনৰ ফেব্ৰুৱাৰীত শৰ্মাৰ প্ৰতি থকা সন্তুষ্টিৰ হাৰ ৫৫ শতাংশৰ পৰা এই আগষ্টত ৪৪.৬ শতাংশলৈ হ্রাস পালে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ