--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শনিবাৰে এক সাময়িক 'ইষ্টাৰ যুদ্ধবিৰতি' ঘোষণা কৰে।

'মানৱীয় কাৰণ'ত পুটিনে মস্কোৰ সময়মতে শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা দেওবাৰৰ মাজনিশালৈ সামৰিক অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰে। 

ৰাছিয়াৰ চীফ অব স্টাফ ভেলেৰী গেৰা ছিমভৰ সৈতে এক বৈঠকৰ পাছত টেলিভিছনত কৰা এটা ঘোষণাত পুটিনে কয়, 'মানৱীয় কাৰণত আজি ১৮.০০ বজাৰ পৰা (১৫০০ জি এম টি) দেওবাৰৰ মাজনিশালৈ (দেওবাৰ ২১০০ জি এম টি) ৰাছিয়াই ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰিছে। 

উল্লেখযোগ্য যে ইষ্টাৰ হৈছে খ্ৰীষ্টানসকলৰ এক প্রধান বন্ধৰ দিন আৰু ইয়াক দেওবাৰে পালন কৰা হয়। 

পুটিনে আৰু কয়, 'এই সময়ছোৱাত মই সামৰিক কাৰ্যকলাপ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছোঁ।' পুটিনে ইউক্রেইনৰ প্ৰতি কয়, 'ইউক্রেইনে আমাৰ দৃষ্টান্ত অনুকৰণ কৰিব বুলি আমি এই পদক্ষেপ গ্রহণ কৰিছোঁ। 

যুদ্ধবিৰতিৰ সম্ভাব্য উলংঘন আৰু শত্ৰুৰ প্ৰৰোচনা প্ৰতিৰোধ কৰিবলৈ, যিকোনো আক্ৰমণাত্মক কাৰ্যৰ বিৰুদ্ধে আমাৰ সৈন্যসকল সাজু হৈ থাকিব লাগিব।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ