--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুহ মাহত ভগৱান শ্ৰীহৰি আৰু সূৰ্য্যদেৱৰ পূজা কৰা হয়। ইয়াৰ উপৰি মালক্ষ্মী আৰু কুবেৰদেৱৰো পূজা কৰা হয়। পুহ মাহত সূৰ্য্যক অৰ্ঘ্য অৰ্পণ কৰি ‘ওম আদিত্যয় নম’ মন্ত্ৰ জপ কৰিলে সফলতা, প্ৰগতি, সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্য লাভ হয় বুলি বিশ্বাস কৰা হয়। যাৰ ফলত অপৰিসীম ধন-সম্পত্তি লগতে দিয়ে জীৱনৰ সকলো সুখ।

 * পুহ মাহত সূৰ্য্য ঈশ্বৰক উৎসৰ্গিত দেওবাৰে উপবাসে ৰাখিব আৰু নিমখ সেৱন নকৰিব। এনে কৰিলে গোটেই বছৰটো আপোনাৰ স্বাস্থ্য ভাল হ’ব।

 * পুহ মাহত নিমখ আৰু ঘিউ দান কৰিলে আৰু আৰ্তজনক খাদ্য, গৰম কাপোৰ, কম্বল দান কৰক।

 * পুহ মাহত গুড় আৰু তিল দান কৰাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি তামৰ বাচন দান কৰাটোও অতি উপকাৰী। এনে কৰিলে সূৰ্য্য গ্ৰহ ৰাশিত শক্তিশালী হয় আৰু শুভ ফল প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি