--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইলাচিয়ে খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাই নহয়, ইয়াৰ লগত জড়িত জ্যোতিষৰ প্ৰতিকাৰেও বিশেষ সফলতা দিয়ে। নতুন বছৰটো সুখী আৰু সমৃদ্ধিশালী কৰিবলৈ মানুহে বিভিন্ন প্ৰতিকাৰ কৰে। যদি আপোনাৰ ৰাশিত গ্ৰহ দুৰ্বল থাকে, তেন্তে নতুন বছৰত আপুনি জ্যোতিষশাস্ত্ৰৰ কিছুমান ফলপ্ৰসূ প্ৰতিকাৰে বছৰটোত আপোনাৰ বাবে সফলতা আনিব পাৰে। ইয়াৰ ভিতৰত ইলাচিৰ সৈতে জড়িত প্ৰতিকাৰসমূহ অতি ফলপ্ৰসূ বুলি বিবেচিত হৈছে। ইলাচিৰ এই ঔষধে গ্ৰহক শান্ত আৰু শক্তিশালী কৰে।

 জ্যোতিষশাস্ত্ৰৰ মতে ইলাচীৰ কিছুমান প্ৰতিকাৰে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ কাম কৰে। এই কৌশলবোৰে যিকোনো কামত অহা বাধাবোৰো দূৰ কৰাৰ নতুন বছৰটো সুখময় কৰিবলৈ কি কৰিব পাৰি জানো আহক।

 ইলাচিৰ কেইটামান অলৌকিক প্ৰতিকাৰ-

* যদি যিকোনো কামতে সমস্যা আহে, তেন্তে এগিলাচ পানীত দুটা ইলাচি দি উতলাই লওক। আধা উতলিলে বাল্টি এটাত ভৰাই এই পানীৰে গা ধুব। গা ধোৱাৰ সময়ত ‘ওম জয়ন্তী মংগলা কালি ভদ্ৰকালি’ মন্ত্ৰ জপ কৰক। ইলাচিৰ এই বিশেষ কৌশলে শুক্ৰ গ্ৰহক শক্তিশালী কৰি কামত সফলতা আনে।

* যদি আপুনি আৰ্থিক সংকটত ভুগি আছে বা হাতত টকা নাবাচে, তেন্তে পাৰ্ছত ৫টা সেউজীয়া ইলাচি ৰাখক। এই কাম কৰিলে আয় বৃদ্ধিৰ লগতে খৰচ হ্ৰাস পায়। এজন দুখীয়া লোকক এটা মুদ্ৰাৰ লগতে ইলাচি দান কৰিলে দৰিদ্ৰতা দূৰ হয়।

* এখন হালধীয়া কাপোৰত পাঁচটা সৰু সৰু সেউজীয়া ইলাচি বান্ধি পাঁচটা বৃহস্পতিবাৰে এজন দুখীয়া লোকক দান কৰিব। এই প্ৰতিকাৰে আকাংক্ষিত দৰা পোৱা যায়।

* বৰগছৰ পাতত পাঁচটা মিঠাই আৰু দুটা ইলাচি বান্ধি এজোপা আঁহত গছৰ তলত থৈ আহিব। ঘৰলৈ আহোতে পাছলৈ ঘূৰি নাচাব। এই কাম কৰিলে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰে।

* চাকৰিৰ অগ্ৰগতি অথবা ব্যৱসায়ত সফলতা লাভৰ বাবে সেউজীয়া কাপোৰত ইলাচি বান্ধি আঁঠুৱাৰ তলত থৈ নিশা শুব। পুৱাই কোনোবা বাহিৰৰ মানুহক খুৱাব। এনে কৰিলে আপুনি সোনকালে সফলতা লাভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি