--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিব৷ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন৷ আজি বিয়লি ৪৭ সমষ্টিৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷ অন্তিম দিনটোত প্ৰতিটো সমষ্টিতে মাৰাথন প্ৰচাৰ চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷

আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

তদুপৰি আজি নিজ নিজ সমষ্টিত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত মাজুলীত প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ উপৰি ৭টা স্থানত প্ৰচাৰ চলাব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে শেষ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ৷ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ প্ৰাৰ্থীয়ে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পেলাব লাগিব। ৰেডিঅ’, টেলিভিছনতো প্ৰচাৰকাৰ্য বন্ধ ৰাখিব লাগিব৷ লগতে ঘোষণা কৰিব নোৱাৰিব এগজিট প’লৰ নিৰ্বাচনী ফলাফলো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ