--°C
Loading...
Listen to Article
2 min read
80%

বটদ্ৰৱা : বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত আগভাগ লোৱা অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক এইবাৰ দেখা গ'ল আঙুৰলতাৰ নিৰ্বাচনী ৰেলীত৷ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আংগুৰলতা ডেকাই বৃহৎ ৰেলী উলিয়ায়।

আৰু পঢ়িব পাৰিব : মছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

আঙুৰলতাৰ কন্যা নমামীক লগত লৈ অভিনেতা যতীন বৰা আৰু পীয়ুয হাজৰীকাই অংশগ্ৰহণ কৰে। বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ পৰা ৰেলী শুভাৰম্ভ কৰি সমষ্টিটোৰ বিভিন্ন অঞ্চলত ঘূৰি ধুপগুৰিত অন্তিম নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ইপিনে বটদ্ৰৱাত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাইয়ো বিশাল ৰেলীৰ আয়োজন কৰে।

আৰু পঢ়িব পাৰিব : কৃষক মুক্তিৰ সংবাদমেল : বিবেক ভোটৰ আহ্বান মেধা পাটকাৰৰ

সহস্ৰাধিক বাহনৰে সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই। বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা চলোৱা বিজেপিৰ ৰেলীত নায়কৰ ৰূপত দেখা যায় যতীন বৰাক৷ এনেদৰেই এতিয়া বিজেপিৰ নিৰ্বাচনী সভাত আগৰণুৱা হৈ প্ৰচাৰ চলোৱা দেখা গৈছে যতীন বৰাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ