--°C
Loading...
Listen to Article
2 min read
80%

শদিয়াঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰচাৰকাৰ্য তুংগত উঠিছে। ইফালে নিৰ্বাচনকেন্দ্ৰিক অথন্তৰে দেখা দিয়াৰ সন্দেহতে ৰাজ্যজুৰি প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰিছে। শদিয়া সমষ্টিৰ অন্তৰ্গত ঢলাত ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা জব্দ কৰিছে প্ৰশাসনে।

আৰু পঢ়িব পাৰিব : ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত উজলিল জয় বৰুৱাৰ নাম

নিৰ্বাচনত বিলাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া সমষ্টিটোৰ প্ৰাৰ্থী বলিন চেতিয়াই ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা আনি গুডামত গোপনে ৰখাৰ অভিযোগ উত্থাপন কৰিছে ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। বিজেপিৰ কৰ্মী ৰাজু মেধিয়ে ভাৰাতীয়া গুডামত অৰুণাচলী অবৈধ সুৰা থকাৰ তথ্য লাভ কৰিছিল ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে।

আৰু পঢ়িব পাৰিব : অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি : ‘কা’ সন্দৰ্ভত একো উল্লেখ নাই ইস্তাহাৰত !

শদিয়া সমষ্টিটো অশান্ত কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই বুলি অভিযোগ উত্থাপিত কৰিছে ছৈখোৱা যুৱ কংগ্ৰেছৰ সমৰ্থকসকলে। ঢলা আৰক্ষীয়ে অৰুণাচলী অবৈধ সুৰাখিনি থানালৈ লৈ আহে। আৰক্ষীয়ে বৰ্তমানলৈকে তদন্ত কৰা বুলি কৈয়ে দায়িত্ব সামৰাত কিছু সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ