--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চাৰিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী অর্থাৎ আমেৰিকাৰ ছেকেণ্ড লেডী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকাৰ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিতি থাকিব। 

উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি ভেন্সৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্রমণ। মার্কিন উপ-ৰাষ্ট্ৰপক্তিগৰাকীয়ে সোমবাৰে সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। মার্কিন উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰতিনিধিসকলে দিল্লীত বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ লগতে ৱাশ্বিংটনলৈ উভতি যোৱাৰ পূর্বে জয়পুৰ-আগ্রা ভ্রমণ কৰিব। উল্লেখযোগ্য যে এই ভ্রমণকালত আমেৰিকা আৰু ভাৰত দুয়ো পক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰিব। 

চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত মার্কিন যুটীয়া বিবৃতিৰ ফলাফলসমূহৰ ৰূপায়ণ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ অগ্রগতি পৰ্যালোচনা কৰাৰ সুযোগ মার্কিন উপ-ৰাষ্ট্ৰপতিজনৰ এই ভাৰত ভ্রমণে প্রদান কৰিব।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ