--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন সঞ্চালক প্ৰধান ওম প্ৰকাশক হত্যা । বেংগালুৰুৰ কে এইচ এছ আৰ লেআউটতস্থিত বাসগৃগত ওম প্ৰকাশৰ মৃতদেহ তেজেৰ লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হয়। 

ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বাসগৃহত চুৰীৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰা হয় প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। কিন্তু কোনে হত্যা কৰিলে প্ৰাক্তন DGP গৰাকীক। 

জানিব পৰা মতে এই হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে। তেওঁৰ দেহত স্পষ্ট হৈ আছে বহু আঘাতৰ চিন । ২০১৫ চনৰ পৰা ২০১৭ চনলৈ কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈ আছিল ওম প্ৰকাশ।

হত্যাকাৰী পত্নী পল্লৱীক ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে কিছুদিন পূৰ্বে স্বামী-স্ত্ৰীৰ মাজত ব্যক্তিগত বিষয়ক লৈ বিবাদৰ সৃষ্টি হৈছিল। তাৰেই পৰিণতিত এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ