--°C
Loading...
Listen to Article
2 min read
80%
২৪ জুন ২০২৩ শনিবাৰ


মেষ : খৰচ বৃদ্ধি হ’ব পাৰে। আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰ আন কাকো নিদিয়াই ভাল। নিৰামিষ আহাৰ খাওক। শুভ সংখ্যা ৬।

বৃষ :  নতুনকৈ কিবা এটা আৰম্ভ কৰাৰ বাবে ভাল দিন। আপুনি ঘৰত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰক। আলহী আহিব পাৰে। শুভ সংখ্যা ৪।

মিথুন : পুৰণি প্ৰেমৰ স্মৃতিয়ে আমনি কৰিব। স্বাস্থ্য ভালে থাকিব। অপ্ৰয়োজনীয়ভাৱে অত্যাধিক চাপ নোলোৱাই ভাল। শুভ সংখ্যা ২।

কর্কট : সমাজকর্মীসকলৰ বাবে শুভ দিন। কর্মত উত্তম। প্রেমত শুভ। সন্তানে মন আনন্দিত কৰিব। শুভ সংখ্যা ৫।

সিংহ : আপুনি ঘৰত এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰক। পেট বেয়া হ’ব পাৰে। বাহিৰা বস্তু নাখাব। শুভ সংখ্যা ৮।

কন্যা : এটা শুভ দিন। মনৰ আশা পূৰণ হ’ব। স্বাস্থ্য আগতকৈ উন্নত হ'ব। চোৰৰ পৰা সাৱধান শুভ সংখ্যা ১।

তুলা : ঘৰৰ পৰা অহা ভাল খবৰে মনক উৎসাহিত কৰিব। পুৰণি বন্ধুক লগ পাব। পত্নীৰ সৈতে সংঘাত দূৰ হ’ব। শুভ সংখ্যা ৫।

বৃশ্চিক : অৰ্থ লাভ হ’ব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা। সন্তানৰ শুভ। ভ্ৰমণ নকৰাই মংগল। শুভ সংখ্যা ৯।

ধনু : মনৰ আশা পূৰণ হোৱাৰ দিন। কৰি ভালপোৱা কামত নিজক নিয়োজিত কৰক। প্ৰেমত মধুৰতা। সংসাৰত শুভ। শুভ সংখ্যা ৩।

মকৰ : আপোনাৰ বিশ্বাসৰ জয় হ’ব। আজি প্ৰেমাস্পদক লগ পাব। দিনটো আপুনি ভবা ধৰণেই পাৰ হব। বিয়লিলৈ কোনো শুভ সংবাদ পাব পাৰে। শুভ সংখ্যা ৪।

কুম্ভ : শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। মূৰৰ বিষ নোহোৱা হ'ব। ঘৰত শান্তিৰ পৰিৱেশ।  শুভ সংখ্যা ৯।

মীন : কৰ্মস্থানত শুভ। দিনটো ভালে যাব। ভাললগা মানুহৰ সৈতে আজি সাক্ষাৎ হ'ব। প্ৰেমত মন আনন্দিত। শুভ সংখ্যা ৭।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ